Friday, February 3, 2023
Google search engine
Homeঅসমনিৰ্মম ঘটনা ।ভাতৃয়ে নিৰ্মম গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাবে...

নিৰ্মম ঘটনা ।ভাতৃয়ে নিৰ্মম গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰিলে নিজ ভনীক।

ভাতৃয়ে নিৰ্মম গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰিলে নিজ ভনীক। নাওবৈছাৰ ২নং ইছলামপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

ভাতৃয়ে নিৰ্মম গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰিলে নিজ ভনীক।
নাওবৈছাৰ ২নং ইছলামপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।
মাটি বাৰীক লৈ ধীর্ঘদিন ধৰি চলি আছে দুই ফৈদৰ মাজত তীব্ৰ সংঘাত।

যোৱা কালি সন্ধিয়া প্ৰায় ৫ মান বজাত চুলেমা খাতুনে নিজ গৃহৰ চোতাল হাৰি জাৱৰ জ্বলাই থকা অৱস্থাত হাচেন আলি নামৰ ব্যক্তিয়ে জাৱৰ জ্বলোৱা ক কেন্দ্ৰ কৰি সৃষ্টি কৰে এই সংঘাত।

ঘৰত কোনো নথকাৰ সুযোগ লৈ সঘটিত কৰে এই মাৰপিটৰ ঘটনা।

সম্প্ৰতি চুলেমা খাতুনে বঙালমৰা আৰক্ষী চকীত এখনি এজহাৰ দাখিল কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments