বিলাসীপাৰাত জালনোট সহ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ।
কাঠালদি ১ম খণ্ড গাঁৱৰ অমেদ আলীৰ ঘৰৰ পৰা গাওঁৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত আটক কৰি আৰক্ষীক সমজাই দিয়ে সৰবৰাহকাৰীক।
নগদ ১লাখ ৩৯ হেজাৰ টকা আৰু কেইবা লক্ষাধীক জালনোট সহ ব্যৱসায়ৰ লগত জড়িত দুজনক আটক ।
গাওঁ খনৰ অমেদ আলীৰ ঘৰত স্বামী স্ত্ৰীয়ে দীৰ্ঘ দিন ধৰি নাৰী দেহৰ লগতে জালনোট ব্যৱসায় চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
জালনোট ব্যৱসায়ৰ লগত জৰিত লোকজন চাপৰৰ শিঙাৰপাকৰ জীয়াউৰ ৰহমান বুলি জানিব পৰা গৈছে।
জালনোট লগত জড়িত অমেদ আলীৰ পত্নী আছাতন নেছা পেছাত এগৰাকী আশা কৰ্মীক আটক।
এই চক্ৰৰ লগত আন কেইবাজনৰ জড়িত থকাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বিলাসীপাৰাত জালনোট সহ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ।
বিলাসীপাৰাত জালনোট সহ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ। কাঠালদি ১ম খণ্ড গাঁৱৰ অমেদ আলীৰ ঘৰৰ পৰা গাওঁৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত আটক কৰি আৰক্ষীক সমজাই দিয়ে সৰবৰাহকাৰীক।