চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ BDOসহ অভিযন্তা। বাক্সাৰ শালবাৰীত দুই চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত গোৱৰ্ধনা ব্লকৰ প্ৰাক্তন BDO মোজাম্মেল হুছেইন, কনিষ্ঠ অভিযন্তা ৱাজেদ আলী আহমেদ। বড়িগোগ বনভাগ ব্লকৰ সহকাৰী অভিযন্তা ৱাজেদ আলী। ২০১৫ৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ কেলেংকাৰিত অভিযুক্ত দুয়ো।