Friday, February 3, 2023
Google search engine
Homeগুৰুত্বপূৰ্ণমানসিক চাপৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি

মানসিক চাপৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি

মানসিক চাপৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি

ডিপ্ৰেছনত ভূগিছে নেকি; এইকেইবিধ খাদ্যই দূৰ কৰিব আপোনাৰ ডিপ্ৰেছন
বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা হৈছে ডিপ্ৰেছন। এই ডিপ্ৰেছন ভিন্ন জনৰ ভিন্ন কাৰণত হ’ব পাৰে। প্ৰেম বা বন্ধুত্বত, আৰ্থিক সমস্যা, চাকৰিৰ মানসিক চাপ, পাৰিবাৰিক বিসংগতি বা যিকোনো ডাঙৰ বেমাৰ আদি বহু কাৰণত মানসিক চাপ বা ডিপ্ৰেছন হ’ব পাৰে।

মানসিক চাপৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব পাৰে জানো আহক।

প্ৰচুৰ পৰিমাণে ফলমূল আৰু শাক-পাচলি খাব লাগে

কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খালে আমাৰ মগজুত চেৰ’টনিন হৰম’ন নিৰ্গত হয়, যাৰ ফলত মেজাজ উন্নত হয়। কাৰ্বহাইড্ৰেটত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফল-মূল থাকে। ই হতাশাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। ফলমূলত আঁহৰ পৰিমাণো অধিক থাকে।

মাছও শৰীৰৰ কাৰণে অধিক উপকাৰী

ফেটি এচিডে আমাৰ মগজুৰ কাম-কাজ উন্নত কৰে। মাছত এই এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়। মাছ খালে বিষণ্ণতাৰ লক্ষণ কমিব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments