Monday, January 30, 2023
Google search engine
HomeUncategorized১৫ লাখ বন্তিৰে সজাই তোলা হ'ল ৰামৰ জন্মভূমি অযোধ্যাক

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল ৰামৰ জন্মভূমি অযোধ্যাক

ডিজিটেল ডেস্ক :প্ৰায় ১৫.৭৬ লাখ মাটিৰ বন্তিৰে জিলিকি উঠিল ৰামৰ জন্মভূমি অযোধ্যা । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ ‘দীপোৎসৱ’ উপলক্ষ্যে সজাই পৰাই তোলা হ’ল সমগ্ৰ চহৰ খনক । ইয়াৰ সৈতেই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত মাটিৰ বন্তি প্ৰজ্বলনৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হিচাপে স্থান লাভ কৰিলে দীপোৎসৱে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী তথা সহস্ৰ ভক্তগণ, সাধাৰণ জনতা আৰু বিষয়াৰ উপস্থিতিত এই মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments