Wednesday, February 8, 2023
Google search engine
Homeৰাইজৰ আদালতকংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!

কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!

কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!
ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিলে কোনোবা এজন অচিনাক্ত ব্যক্তিয়ে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত বোমা দলিয়াই ৰাহুল গান্ধীক হত্যা কৰিব বুলি ভাবুকি প্ৰদান অচিনাক্ত দুৰ্বৃত্তৰ। ‘ভাৰত জোড়ো’ যাত্ৰা ইন্দোৰ পালেই হত্যা কৰাৰ ভাবুকি অচিনাকি দুৰ্বৃত্তৰ।’ভাৰত জোড়ো’ যাত্ৰা চলি থকাৰ সময়তে প্ৰাণে মৰাৰ ভাবুকি কংগ্ৰেছৰ নেতাজনক।এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ এই ভাবুকিৰে লিখা এখন পত্ৰ। মধ্যপ্ৰদেশৰ নাগদাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক অভিযুক্ত লোকজনেই ৰাহুল গান্ধীক প্ৰাণে মৰাৰ হুমকি দিয়াৰ সন্দেহ আৰক্ষীৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments